August 7, 2026 7:23 PM

views 8

দেশৰ বিভিন্ন প্রান্তত দ্বাদশ হস্ততাঁত দিৱস উদযাপন

দেশৰ বিভিন্ন প্রান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন কৰা হয়। ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে এই দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত অংশ লৈ কয়, যে হস্ততাঁত খণ্ডই কেৱল জীৱন নিৰ্বাহৰ উৎস হিচাপেই নহয়, বৰঞ্চ সর্বাংগীন বিকাশৰ শক্তিশালী খণ্ড হিচাপে সেৱা আগবঢ়াই আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি হস্ততাঁত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাগত যাত্ৰাৰ অবিচ্ছেদ্য অংশ হৈ আহিছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে এই খণ্ডই ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্য সংৰক্ষণৰ লগতে নিয়োগ, মহিলাৰ সৱলীকৰৰণ, কলা-সংস্কৃতি আৰু...