July 13, 2026 12:13 PM
1
বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক-যুৱতী শীর্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পর্যায় মুকলি
যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে মেৰা যুবা ভাৰত প'ৰ্টেলৰ জৰিয়তে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক যুৱতী শীর্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পর্যায় মুকলি কৰিছে। এই অভিযানক অধীনত জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিযোগিতা অনুষ্ঠিত হ'ব। মন্ত্রালয়ে জনোৱা মতে ইয়াৰ বাবে আজিৰে পৰা মাই ভাৰত প'ৰ্টেলত পঞ্জীয়ন আৰম্ভ হ'ব। চলিত মাহৰ ২৪ৰ পৰা ২৭ জুলাইলৈ জিলা পর্যায়ত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। জিলা পৰ্যায়ৰ বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ বাছনিৰ ৰাউণ্ডত প্রতিদ্বন্দ্বিতা কৰিব আৰু ৰাজ্যিক বি...