August 12, 2024 8:00 PM

views 46

দেশজুৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সমূহীয়া সংকল্প গ্রহণ কাৰ্য্যসূচীৰ আয়োজন

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ে আজি দেশজুৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সমূহীয়া সংকল্প গ্রহণ কাৰ্য্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে উপস্থিত সকলোকে সংকল্প গ্রহণ কৰায়। উল্লেখযোগ্য যে, অভিযানৰ এই বৰ্ষৰ বিষয়বস্তু হৈছে বিকশিত ভাৰতৰ মন্ত্ৰ, ভাৰত হওক নিচাৰ পৰা মুক্ত। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে ১১ কোটিৰো অধিক ব্যক্তিয়ে নিচামুক্ত ভাৰত অভিযানত অংশগ্ৰ...