September 27, 2026 8:00 PM
2
নমো ভাৰত ৰে’লে নতুন ভাৰতৰ নতুন সংকল্প তথা নতুন যাত্রা প্রতিফলিত কৰিছেঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূর্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সর্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি নমো ভাৰত ৰেপিড ৰেলৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱাৰ বাবে চলোৱা প্ৰয়াসসমূহৰ ওপৰত আলোকপাত কৰা হ...