July 27, 2026 8:26 PM

views 14

শিৱসাগৰ জিলাৰ বানপীড়িত পৰিয়ালসমূহৰ সহায়ৰ বাবে নগাঁও প্রশাসনৰ সাহায্য অভিযান

শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাৰ বানপীড়িত পৰিয়ালসমূহৰ সহায়ৰ বাবে নগাঁও প্রশাসনে সাহায্য অভিযান হাতত লৈছে। জিলা প্ৰশাসনে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পুঁজিৰে শিৱসাগৰ জিলালৈ খাদ্য সামগ্ৰীৰ ৫০ হাজাৰ টোপোলা সাহায্য হিচাপে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।  জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ প্ৰচেষ্টাৰ ফলত বৰ্তমানলৈ ১০ হাজাৰতৈকও অধিক জৰুৰী খাদ্য সামগ্ৰীৰ টোপোলা ক্ষতিগ্ৰস্ত জিলাখনলৈ প্ৰেৰণ কৰা হৈছে। অনাগত সময়ছোৱাত ১৬ হাজাৰ পেকেট আৰু পৰৱৰ্তী পৰ্যায়ত সৰ্বমুঠ ...