September 19, 2026 10:41 AM
4
নাগালেণ্ডৰ ছুম’কেডিমাৰ নাগা ইউনাইটেড ভিলেজত প্ৰথম উত্তৰ-পূৰ্বাঞ্চল শিক্ষা সন্মিলন, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ
নাগালেণ্ডৰ ছুম’কেডিমাৰ নাগা ইউনাইটেড ভিলেজত কালিৰেপৰা প্ৰথম উত্তৰ-পূৰ্বাঞ্চল শিক্ষা সন্মিলন অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ আয়োজিত এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে – ‘ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ ৰূপায়ণ : দৰ্শন, প্ৰত্যাহ্বান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে সুযোগ'। সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নীতি- নির্মাতা, শিক্ষাবিদ আৰু প্ৰশাসকসকলে অংশ লৈছে। সন্মিলনৰ উদ্বোধনী সত্ৰত কালি নাগালেণ্ডৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্রী টেমজেন ইন্না আলঙে কয়, যে কেৱল উচ্চ শিক্ষাৰ যোগ্যতাই এতিয়া কৰ্ম সংস্থাপনৰ নি...