October 5, 2026 11:07 AM

views 11

৬২ সংখ্যক মিউনিখ সুৰক্ষা সম্মিলনত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভাষণ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয়, যে যেতিয়া ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতালৈ ভাবুকি আহিছিল তেতিয়া ৰাছিয়াই বিভিন্ন প্ৰকাৰে ভাৰতৰ প্ৰতি সমর্থন আগবঢ়াইছিল। নতুন দিল্লীত অনুষ্ঠিত ৬২ সংখ্যক মিউনিখ সুৰক্ষা সম্মিলনত ভাষণ দি ড০ জয়শংকৰে কয়, যে যেতিয়া বিশ্বৰ কেইবাখনো দেশে ভাৰতৰ চুবুৰীয়া দেশত সামৰিক শাসনৰ সমৰ্থন কৰিছিল তেতিয়া ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল আছিল। ভাৰত-ৰাছিয়াৰ সম্পর্ক এই ঐতিহাসিক দিশসমূহৰ জৰিয়তে গঢ় লৈ উঠিছে বুলি ড০ জয়শংকৰে মন্তব্য কৰে। তেওঁ কয়, যে বর্তমান দ্বিপাক্ষিক সম্পৰ্কৰ ব্যা...