August 4, 2026 10:03 AM

views 16

শিক্ষা হৈছে চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলাঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে শিক্ষা হৈছে চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলা। ওড়িশাৰ কটকত কালি জগদগুৰু কৃপালু বিশ্ববিদ্যালয় মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়সমূহক দক্ষ, সামাজিকভাৱে দায়বদ্ধ নাগৰিকক গুৰুত্ব দিবলৈ আহ্বান জনায়।  তেওঁ কয়, যে শৈক্ষিক প্রতিষ্ঠানসমূহে ২০৪৭ চনৰ বিকশিত ভাৰত আৰু ২০৩৬ৰ বিকশিত ওড়িশাৰ লক্ষ্যপ্ৰাপ্তিৰ দিশত নির্ণায়ক ভূমিকা পালন কৰিব। তেওঁ উল্লেখ কৰে যে, যুৱ-যুৱতীসকলে যাতে মূল্যবোধৰ শিক্ষা, গৱেষণা, উদ্ভাৱন, উদ্যমিতা আৰু দক্ষ...