August 3, 2026 7:38 PM

views 2

হামৰেনস্থিত কাৰ্বি পৰিষদৰ শাখা সচিবালয়ত ৰেচম বিভাগৰ সহযোগত মেৰা ৰেচম মেৰা অভিমান ২.০ কাৰ্যসূচী

পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনস্থিত কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত আজি ৰেচম বিভাগৰ সহযোগত মেৰা ৰেচম মেৰা অভিমান ২.০ শীৰ্ষক এক প্রযুক্তিগত হস্তান্তৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।  ইয়াৰ জৰিয়তে ৰেচম কৃষকসকলক সৱলীকৰণ কৰা, ৰেচমৰ উৎপাদনশীলতা বৃদ্ধি কৰি ৰেচম পালকসকলৰ মাজত ভি-ৱান মালবেৰী খেতিৰ প্ৰসাৰ কৰা, নিখুঁট জলসিঞ্চনৰ ব্যৱস্থা কৰা আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যোৰহাটৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী বি শিল্পা শ‍ইকীয়াই কাৰ্যসূচীত বিজ্ঞানসন্মত ৰেচম পালন, সামগ্ৰিক ৰেচম উৎপাদনশীলতা আদি কৃষক...