July 18, 2026 9:42 AM

views 32

দেশৰ ২০খন ৰাজ্যত ৭৫টা ৰে’ল ষ্টেচন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ২০ খন ৰাজ্যৰ নৰূপত সজাই তোলা ৭৫ টা ৰে'ল ষ্টেচন মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ পুনৰ নিৰ্মাণ কাৰ্যসূচী অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই ষ্টেচনসমূহ আধুনিক ৰূপত সজাই তোলা হৈছে।  প্ৰায় এহেজাৰ ৫৭০ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা এই ষ্টেচনসমূহ অত্যাধুনিক আৰু যাত্রী অনুকূল সা-সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। ঐতিহ্য বিকাশো ভাবনাৰে নৰূপত সজাই তোলা এই ষ্টেচনসমূহৰ জৰিয়তে স্থানীয় সংস্কৃতি, ঐতিহ্য আৰু স্থাপত্য শিল্পৰ...