July 25, 2026 10:16 PM
3
ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনযোগে বাৰ্তালাপ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰী মোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধন-জন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ ...