August 1, 2026 8:36 PM

বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে অন্ধ্রপ্রদেশ দ্রুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে স্বৰ্ণ অন্ধ্ৰ আৰু বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। ভোগমপুৰমত আল্লুৰী সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰাৰ পাছত এখন জনসভাক সম্বোধি প্রধানমন্ত্রী মোদীয়ে কয়, যে অন্ধ্রপ্রদেশ উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।  তেওঁ কয়, যে বিমানবন্দৰ, পথ আৰু শক্তি আন্তঃগাঁথনিকে ধৰি প্ৰায় ১৮ হাজাৰ কোটি ব্যয় সাপেক্ষে ৰূপায়ণ হ'বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পই কেন্দ্ৰ...