April 3, 2024 8:49 PM

views 82

মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছেঃ ৰাজনাথ সিঙ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছে আৰু ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থা হিচাপে পৰিগণিত হবলৈ ওলাইছে। গাজিয়াবাদত আজি এখন নির্বাচনী সভাত ভাষণ দি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত ২০৪৭ চনলৈ বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিজেপি দেশক এই দিশত আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ বুলি তেও মন্তব্য কৰে। শ্রীসিঙে কয...

March 29, 2024 7:43 PM

views 92

চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছেঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছে বুলি মন্তব্য কৰিছে। বিল গেটছৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে কয় যে কৃষি, স্বাস্থ্য আৰু শিক্ষাত প্রযুক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। যেতিয়া বিশ্বত ডিজিটেল বিভাজনৰ কথা প্রথমে ওলাইছিল, তেতিয়াই প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লৈছিল যে ভাৰতত এই বিভাজনৰ কোনোধৰণৰ কুপ্ৰভাৱ তেওঁ পৰিবলৈ নিদিয়ে। কৃত্রিম বুদ্ধিমত্তাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কৈছে যে যদি আম...