July 17, 2026 12:07 PM
2
গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা
গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত শ্ৰী সিংহলে কয়, যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিছে। তেওঁ কয়, যে যোৱা ১০ বছৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা ১৪ লৈ...