November 11, 2026 10:35 AM

views 3

মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ৪২১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৭২টা সমষ্টিৰ নিৰ্বাচনৰ বাবে মুঠ ৪২১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ৰাজ্যিক নির্বাচন আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ বাবে ২৫৮ গৰাকী প্ৰাৰ্থীয়ে আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা সমষ্টিৰ বাবে ১৬৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ বাবে বিশ্বনাথ জিলাত ৯, ধেমাজিত ১০২, ডিব্ৰুগড়ত ৬, গোলাঘাটত ৩২, যোৰহাট ১৬, লখিমপুৰত ৫২, মাজুলীত ২৩, শিৱসাগৰত ৮, শোণিতপুৰ ৪ আৰু তিনিচুকী...