October 5, 2025 6:54 PM

views 48

দেশত শেহতীয়া ছবছৰৰ অধিক কালত প্ৰায় ১৭ কোটি কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে

দেশত শেহতীয়া ছবছৰৰ অধিক কালত প্ৰায় ১৭ কোটি কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে। কেন্দ্ৰীয় শ্রম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত নিযুক্তিৰ সংখ্যা ২০১৭-১৮ বৰ্ষৰ ৪৭ কোটি ৫০ লাখৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৪ কোটি ৩৩ লাখলৈ বৃদ্ধি পাইছে। এই তথ্য অনুসৰি ছবছৰৰ অধিক কালত এই সংখ্যা ১৬ কোটি ৮৩ লাখ বৃদ্ধি পাইছে। একেদৰে নিবনুৱাৰ হাৰো ২০১৭-১৮ বৰ্ষৰ ৬ শতাংশৰ পৰা ২০২৩-২৪ বৰ্ষত ৩.২ শতাংশলৈ হ্ৰাস পায়। দেশৰ কর্মশক্তিত মহিলাৰ অংশগ্রহণ বিশেষভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰা মতে, বিগত ৭ বছ...

June 14, 2024 8:26 PM

views 61

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় পর্যালোচনা বৈঠকত শ্রম সচিব সুমিত্ৰা দাওৰাৰ অধ্যক্ষতা

শ্রম সচিব সুমিত্ৰা দাওৰাই আজি কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে পর্যালোচনা বৈঠকত সামাজিক নিৰাপত্তাৰ সম্প্ৰসাৰণ আৰু জীৱন ধাৰণ তথা ব্যৱসায় সূচল কৰি তোলাৰ বাবে নতুন উদ্যমৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰা হয় । মন্ত্ৰালয়ে দ্রুত দাবী নিষ্পত্তিৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই ৰোগ, শিক্ষা, বিবাহ আৰু গৃহ নিৰ্মাণৰ বাবে ১ লাখ টকা পর্যন্ত অগ্রিম ধনৰাশিৰ স্বয়ংক্রিয় নিষ্পত্তি ব্যৱস্থা কাৰ্যকৰী কৰিছে। এ...