September 11, 2026 10:56 AM

views 27

অসমৰ শেহতীয়া বানক মানবসৃষ্ট বুলি আগবঢ়োৱা যুক্তি খণ্ডন জল শক্তি মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু গোলাঘাট বিধ্বংসী বানৰ কবলত পৰা বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনলৈ লিখা এখন পত্রত কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাটিলে কয় যে মন্ত্রালয়ে উজনি অসমৰ শেহতীয়া বান আৰু এই বিপর্যয়ক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা দাবী সন্দৰ্ভত যোৱা ৪ আগষ্টত লোকসভাত ধুবুৰীৰ সাংসদগৰাকীয়ে উত্থাপন কৰা বিষয়টো পৰীক্ষা কৰিছে। বিৰোধী পক্ষই শেহতীয়া বানক মানবসৃষ্ট বুলি আগবঢ়োৱা যুক্তি খণ্ডন কৰি শ্রীপাটিলে কয় ...