October 14, 2025 11:51 AM

views 54

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ চিপিআৰ সজাগতা সপ্তাহ মুকলি

● স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে কালি কার্ডিঅ' পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰিছে। অহা ১৭ অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূন্যসলিলা শ্রীবাস্তৱে জনসাধাৰণৰ মাজত চিপিআৰ প্ৰয়োগ সামর্থ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চিপিআৰ সজাগতা সপ্তাহ সম্পৰ্কে চৰকাৰৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্য সচিবগৰাকীয়ে কয় যে এই সজাগতা বৃদ্ধিৰ জৰিয়তে প্ৰতিখন ঘৰ, বিদ্যালয়, কাৰ্যালয় আৰু ৰাজহুৱা স্থানত অন্...

March 1, 2025 8:17 PM

views 52

অসংক্ৰামক ৰোগ চিনাক্তকৰণৰ বাবে কেন্দ্ৰৰ বিশেষ স্বাস্থ্য পৰীক্ষা অভিযান গ্ৰহণ

ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশজুৰি প্ৰতিটো অঞ্চলত যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ অসংক্ৰামক ৰোগ চিনাক্তকৰণৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা অভিযান গ্ৰহণ কৰিছে। এই উদ্দেশ্যে মৰিগাওঁ জিলাৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ আছে। স্বাস্থ্য শিবিৰত ৩০ বছৰ উৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিৰ ৰক্তছাপ, মধুমেহ, মুখগহ্বৰ, স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে। শিবিৰৰ জৰিয়তে বৰ্তমানলৈ জিলাখনত ১৫ হাজাৰতকৈ অধিক ৰক্তচাপত আক্ৰান্ত ৰোগী চিনাক্...