June 5, 2024 7:37 PM

views 59

বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটৰ সাংসদৰ বৈঠক অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ সম্ভৱনা

বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোটৰ সাংসদসকলৰ এখন বৈঠক নতুন দিল্লীত অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছে। বিজেপি, টিডিপি, জে ডি ইউ, এল জে পি (আৰ), শিৱসেনা সিন্দে গোট, আৰু এন ডি এ মিত্ৰজোটৰ অন্য অংশীদাৰ দলৰ নৱ নিৰ্বাচিত সাংসদসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব।

May 31, 2024 6:59 PM

views 63

NATO শীর্ষ সন্মিলনৰ প্ৰস্তুতি উদ্দেশ্যে দুদিনীয়াকৈ অনানুষ্ঠানিক বৈঠক

NATO গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে অহা জুলাইত ৱাশ্বিংটনত হ'বলগীয়া NATO শীর্ষ সন্মিলনৰ প্ৰস্তুতি তথা ইউক্রেইনৰ প্ৰতি সমর্থন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে প্ৰগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এখন অনানুষ্ঠানিক বৈঠকত মিলিত হ'ব। চেক গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰী Petr Fiala-ৰ সৈতে এখন যুটীয়া সংবাদমেলত মত বিনিময় কৰি NATO-ৰ সচিব প্ৰধান Jens Stoltenberg-এ এই বৈঠকখনত NATO-ৰ প্ৰতিৰক্ষা শক্তিশালী কৰি তোলা মিত্ৰদেশসমূহৰ মাজৰ বন্ধুত্ব গভীৰ কৰি তোলা তথা ইউক্রেইনৰ প্ৰতি সমর্থন বৃদ্ধি কৰা সন্দৰ্ভত গুৰ...

May 16, 2024 2:21 PM

views 55

চৰকাৰী বিভাগৰ বিভিন্ন আঁচনিৰ কাম- কাজৰ খতিয়ান সন্দৰ্ভত মাহিলী পর্যালোচনা বৈঠক

কামৰূপ মহানগৰ জিলাত চৰকাৰী বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম- কাজৰ খতিয়ান সন্দৰ্ভত কালি মাহিলী পর্যালোচনা বৈঠক সম্পন্ন হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত কামৰূপ মহানগৰ জিলা উন্নয়ন সমিতিৰ আয়ুক্ত পাৰিজাত ভূঞাই অধ্যক্ষতা কৰে। সভাত বিভিন্ন চৰকাৰী আঁচনিসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰূপায়িত আঁচনিসমূহৰ বিষয়েও পর্যালোচনা কৰা হয়। সংশ্লিষ্ট বিভাগসমূহৰ নিজৰ নিজৰ চৰকাৰী আঁচনি তথা প্ৰকল্প ৰূপায়ণ সম্পৰ্কীয় তথ্য সভা...