June 25, 2026 12:38 PM

views 25

ৰাজ্যৰ ৫খন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ প্ৰত্যায়ন পৰিষদৰ স্বীকৃতি

ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ প্ৰত্যায়ন পৰিষদ NABH-ৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যৰ স্বাস্থ্য খণ্ড জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যা...