November 2, 2026 6:50 PM

views 1

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নীতিশ্বৰ কুমাৰৰ মায়ং থাংবঙা অংগবাড়ী কেন্দ্ৰ পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নীতিশ্বৰ কুমাৰে মায়ং সংহত শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত ৪ নম্বৰ ৱাৰ্ডৰ থাংবঙা অংগবাড়ী কেন্দ্ৰ আজি পৰিদৰ্শন কৰে৷ পৰিদৰ্শনকালত তেওঁ অংগবাড়ী কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰি কেন্দ্ৰটোৰ দৈনন্দিন কার্যকলাপ, শিশু সকলক প্ৰদান কৰা সেৱা আৰু ৰূপায়ন হৈ থকা বিভিন্ন শিশু বিকাশ তথা কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। লগতে তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ কাৰ্যকৰী ৰূপায়নৰ দিশসমূহো পৰ্যালোচনা কৰে। এই পৰিদৰ্শনকালত জিলা সমাজ কল্যাণ বিষয়া, শিশু বিকাশ ...