September 6, 2026 8:08 PM
4
মণিপুৰত নতুনকৈ প্ৰকাশিত ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে
মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত আজি প্ৰকাশ কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নির্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে ২০২৬ চনৰ পহিলা জুলাই পর্যন্ত মণিপুৰত মুঠ ১৯,৬০,৬২০গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে ১০,০৬,৯৬২গৰাকী মহিলা, ৯,৫৩,৩৫০ গৰাকী পুৰুষ আৰু ৩০৮ গৰাকী তৃতীয় লিংগ ভোটদাতা আছে। তেওঁ কয়, যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে ১০৫৬। ই ৰাষ্টীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নির্বাচন বিষয়াগৰাকীয়ে মন্তব্য কৰ...