July 16, 2026 7:56 PM

views 7

মণিপুৰত নিৰাপত্তাৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ অস্ত্র-শস্ত্র জব্দ

মণিপুৰত বিগত ২৪ ঘণ্টাত নিৰাপত্তাৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে চলোৱা পৃথক অভিযানত বুজন পৰিমাণৰ অস্ত্র-শস্ত্র, নিচাযুক্ত সামগ্ৰী আৰু কেইবাগৰাকীও উগ্রপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিচাযুক্ত সামগ্ৰী বৰবৰাহ কৰাৰ অভিযোগতো কেইবাজনো লোকক আৰু কেইবাজনো লোকক গ্রেপ্তাৰ কৰা হয়। এই অভিযানত মণিপুৰৰ থৌবাল জিলাত ড্ৰাগছ সৰবৰাহৰ অভিযোগত চৈয়দ অনিশ শ্বাহ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। অভিযানৰ সময়ত অভিযুক্ত লোকজনৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী আৰু ১৬ লাখ ৪৩ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰা হয়। পশ্চিম ইমম্ফল ...