November 14, 2026 1:03 PM
7
জ্ঞানপীঠ বঁটা বিজয়ী প্রসিদ্ধ সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ ৮৪ সংখ্যক জন্মদিন
জ্ঞানপীঠ বঁটা বিজয়ী প্রসিদ্ধ সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ ৮৪ সংখ্যক জন্মদিনত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। ১৯৪২ চনৰ ১৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা ড° মামণি ৰয়চম গোস্বামীয়ে অসমীয়াৰ উপৰি ইংৰাজী ভাষাতো সাহিত্য কৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধব কণ্ডলীৰ ৰামায়ণৰ গৱেষণাত ডক্টরেট ডিগ্রী লাভ কৰা সাহিত্যিকগৰাকীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ড° গোস্বামীৰ উল্লেখযোগ্য উপন্যাসসমূহ হৈছে অহিৰণ, চেনাবৰ স্রোত, নীলকণ্ঠী ব্ৰজ, মাম...