October 4, 2026 10:43 AM

views 4

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে। এই অনুসৰি বিজেপিৰ সাংসদ ভর্তৃহৰি মহতাবক লোকসভাৰ ২১ আৰু ৰাজ্যসভাৰ ১০ গৰাকী সদস্যৰে গঠিত বিত্ত বিষয়ক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰক বৈদেশিক পৰিক্ৰমা বিষয়ক সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছে। এই সমিতিত নিম্ন সদনৰ ২১ গৰাকী আৰু উচ্চ সদনৰ ১০ গৰাকী সদস্য অন্তর্ভুক্ত কৰা হৈছে। একেদৰে বিজেপিৰ সাংসদ সুধীৰ গুপ্তাক ৰেলৱে আৰু লোকসভাৰ সাংসদ ড° কাকলী ঘোষ দস্তিদাৰক ৰাসায়নিক আৰু সাৰ বিষয়ক সমিতিৰ সভাপতি হিচাপে নিয়...