June 18, 2026 1:27 PM

views 26

ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ

মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণবীয় সংস্কৃতি আৰু বহুসাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে।  ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণবীয় সংস্কৃতি, সত্ৰ-নামঘৰ ব্যৱস্থা আৰু বহুসাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ড০ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় ২৫ মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণবীয় সংস্কৃতিৰ মানৱতাবা...