September 9, 2026 7:53 PM
11
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নির্বাচনী অধিসূচনা জাৰি
অহা ৬ অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি ৰাজ্যিক নির্বাচন আয়োগে নির্বাচনী অধিসূচনা জাৰি কৰে। অধিসূচনা অনুযায়ী অহা ১৬ ছেপ্তেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধার্য কৰাৰ লগতে এইসমূহ পৰীক্ষণৰ বাবে ১৭ ছেপ্তেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে। মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ১৯ ছেপ্তেম্বৰ আৰু ভোটগ্রহণৰ তাৰিখ ৬ অক্টোবৰ বুলি উল্লেখ কৰাৰ লগতে ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, উপ নির্বাচনটোত মুঠ ১৯ লাখ ৭ হাজাৰ ২০৯ গৰাকী ভোটদাতাই এহেজাৰ ৩৩৯টা ভোটকেন্দ্ৰৰ জৰিয়তে ভোটাধিকাৰ সাব...