October 20, 2026 1:36 PM
4
মিজোৰামৰ ফাল্কানৰ জোখোৱাত লিভিং মিউজিয়াম মুকলি
মিজোৰামৰ ফাল্কানৰ জোখোৱাত অৱস্থিত মিজো গ্রাম্য সমাজক আধাৰ কৰি স্থাপন কৰা লিভিং মিউজিয়াম বা জীৱন্ত সংগ্ৰহালয়ত দর্শনার্থীসকলক পৰম্পৰাগত মিজো ৰীতি-নীতি আৰু জীৱন ধাৰণৰ পদ্ধতি প্রত্যক্ষভাবে উপভোগ কৰাৰ সুযোগ প্রদান কৰা হৈছে। সেয়ে সংগ্ৰহালয়টো মুকলি কৰা দিনৰে পৰা যথেষ্ট সংখ্যক দৰ্শকৰ সঁহাৰি লাভ কৰিছে। কলা আৰু সংস্কৃতি বিভাগে স্থাপন কৰা এই মিজো টিপিকেল ভিলেজৰ লক্ষ্য হৈছে নৱ প্ৰজন্মক তেওঁলোকৰ পূৰ্ব পুৰুষৰ জীৱন আৰু পৰম্পৰাৰ ব্যৱহাৰিক আভাস দিয়া। ইয়াৰ উপৰিও স্কুলীয়া শিক্ষার্থীৰ বাবে এই সংগ্রহালয়ে শৈক্ষিক সম্...