November 6, 2026 9:48 AM
5
নতুন দিল্লীত ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱন প্রমাণ পত্ৰ অভিযানৰ পঞ্চম সংস্কৰণ মুকলি
কেন্দ্রীয় কর্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেন্সন দপ্তৰৰ ৰাজ্য মন্ত্রী ডাঃ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱন প্রমাণ পত্ৰ অভিযানৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগে আয়োজন কৰা এই মাহজোৰা আভিযান ৩০ নৱেম্বৰলৈ অব্যাহত থাকিব। মন্ত্রালয়ে প্রকাশ কৰা মতে ডিজিটেল প্রযুক্তি বিশেষকৈ জীবন প্রমাণ এপ্ ব্যৱহাৰ কৰি মুখমণ্ডলৰ জৰিয়তে সত্যাসত্য নিৰূপনেৰে পেন্সনাৰসকলৰ বাবে জীৱন প্রমাণপত্র দাখিলৰ প্ৰক্ৰিয়া অধিক সুচল আৰু সুবিধাজনক কৰি তোলাই এই অভিযানৰ মূল উদ্দে...