August 1, 2026 12:32 PM

views 32

গ্লাছগো কমনৱেল্থ গেমছত লাভলীনা বৰগোঁহাই মহিলাৰ বক্সিঙৰ ফাইনেলত

স্কটলেণ্ডৰ গ্লাছগত চলি থকা কমনৱেল্থ গেমছত অসম কন্যা লাভলীনা বৰগোঁহাই মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত টুভালুৰ টাৰোণা টাফাকীক ৫-০ ব্যবধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন ৯ গৰাকী খেলুৱৈয়েও বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালিৰ দিনটোত ভাৰতৰ জুডো খেলুৱৈ অস্মিতা দে'ই মহিলাৰ ৪৮ কিলোগ্রাম ওজন শাখাত স্বর্ণপদক অর্জন কৰে। এয়া হ'ল প্রতিযোগিতাখনৰ ইতিহাসত জুডোত ভাৰতৰ প্ৰথমটো স্বর্ণপদক। খেলুৱৈগৰাকীৰ সাফল্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উ...