December 13, 2025 11:56 AM

views 50

নতুন দিল্লীত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা

শ্ৰমিকৰ কল্যাণ সাধন আৰু ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ স্পষ্ট, সামঞ্জস্যপূৰ্ণ আৰু অগ্ৰগামী শ্রম নীতি যুগুত কৰাৰ বাবে আইনী পৰিকাঠামো গঢ়ি তোলা হৈছে। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশ লৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ পৰামৰ্শদাতা আলোক চন্দ্ৰাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এই নতুন পৰিকাঠামো— ডিজিটেল প্ৰথম পদ্ধতিলৈ পৰিৱৰ্তিত কৰি ব্যৱসায় বৃদ্ধিৰ বাবে সহজভাৱে নিৰ্মাণ কৰা হৈছে। শ্রমিকৰ কল্যাণৰ বিষয়ে উল্লেখ কৰি ...