July 3, 2026 8:04 PM

views 7

কাছাৰ জিলাৰ অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত পর্যালোচনা বৈঠক

কাছাৰ জিলাৰ সামগ্রিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আযুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্রতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসু ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্রী শ্রী পালে বিভিন্ন বিভাগৰ কামকাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সর্বাংগীন আৰু বহনক্...

December 8, 2025 7:56 PM

views 33

ৰাজ্যত শীঘ্ৰে গো ধনৰ সংৰক্ষিত চৰণীয়া পথাৰসমূহৰ উন্নয়ন সাধন কৰা হ’ব : মন্ত্রী কৃষ্ণেন্দু পাল

ৰাজ্যত শীঘ্ৰে গো ধনৰ সংৰক্ষিত চৰণীয়া পথাৰসমূহৰ উন্নয়ন সাধন কৰা হ'ব বুলি মীন আৰু পশুপালন মন্ত্রী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে। আজি কামৰূপ জিলাৰ আমিনগাঁৱত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত এখন পর্যালোচনা সভাত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ এই সভাত বিভাগসমূহৰ অধীনত চলি থকা কাম-কাজৰ অগ্ৰগতি পর্যালোচনা কৰে। অনুষ্ঠানত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মীন পালকসকলে সুন্দৰভাৱে নিজৰ কাম-কাজ কৰি সফলতা লাভ কৰিছে বুলি উল্লেখ কৰে। তদুপৰি কামৰূপ জিলাত পশুপালন বিভাগেও সন্তো...