July 14, 2026 1:33 PM

views 15

কৃষক পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানত কৃষক সভা

কৃষকসকলক চৰকাৰী আঁচনিৰ সুবিধাৰ সৈতে জড়িত কৰাৰ লগতে কৃষক পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে কালি হাটশিঙিমাৰী প্ৰেছক্লাবত এখন কৃষক সভা অনুষ্ঠিত হয়। অসম কৃষক পৰিষদৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত অসম কৃষক পৰিষদ কেন্দ্রীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত তেওঁ কৃষকসকলে কেনেদৰে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু কৃষক পঞ্জীয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত কৃষক পঞ্জীয়নৰ সংখ্যা কম হোৱাৰ বাবে অসম...