October 18, 2026 7:40 PM
12
কলকাতাৰ দুর্গা পূজা মণ্ডপত সংঘটিত দুর্ঘটনাৰ পাছত আৰক্ষীৰ অঞ্চলটোত নিষেধাজ্ঞা জাৰি
কলকাতাৰ চোৰবাগান দুর্গাপূজা মণ্ডপত কালি সংঘটিত মর্মান্তিক ঘটনাৰ পাছতে কলকাতা আৰক্ষীয়ে চোৰবাগানৰ আশে-পাশে বৃহৎ এলেকাজুৰি অহা তিনিদিনলৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। আৰক্ষীয়ে ৫ জন বা ততোধিক লোকৰ সমাগম, শোভাযাত্রা, ৰাজহুৱা সভা আৰু বিপদজনক অস্ত্র-শস্ত্র কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ মাজতে কলকাতা আৰক্ষীয়ে আজি এই ঘটনাৰে জড়িত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইপিনে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি কলকাতাত উপস্থিত হৈ এই ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ ...