July 6, 2026 12:22 PM

views 19

আজি কোচিত ভাৰতৰ অধ্যক্ষতাত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক

ভাৰতৰ অধ্যক্ষতাত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক আজি কেৰালাৰ কোচিত আৰম্ভ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রকাশ কৰা মতে, বৈঠকত ব্ৰীকছ সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশগ্রহণ কৰিব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সৱলিকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পর্কিত বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত আলোচনাত ভাগ লব। উল্লেখযোগ্য যে ব্রীকছ মহিলা ট্রেকে ৪টা মুখ্য বিষয়ক অগ্রাধিকাৰ দিছে। এইসমূহ হৈছে প্ৰশাসন আৰু নেতৃত্বত মহিলা, মহিলাৰ ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ, মহি...

June 14, 2024 5:11 PM

views 57

কুৱেইটত অগ্নিকাণ্ডত নিহতসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন ক’ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত

কুৱেইটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন আহি ক'ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। কুৱেইটত মৃত্যু হোৱা ৪৫ জন লোকৰ মৃতদেহ ক'ছিলৈ লৈ অহা হৈছে। বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ৪৫টা মৃতদেহৰ নথিপত্ৰ সংক্ৰান্তীয় সকলো কাম-কাজ বিমান বন্দৰতে সম্পন্ন কৰা হৈছে। ক'ছিন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নমোৱা ৩১টা শদেহৰ ভিতৰত ২৩টা কেৰালাৰ, ৭টা তামিলনাডুৰ আৰু এটা কৰ্ণাটকৰ।তামিলনাডুৰ সংখ্যালঘু কল্যান মন্ত্রী জিনজি কে এছ মাস্তানে ৰা...