June 19, 2026 12:17 PM

views 29

কাইলৈ প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হুগলী জিলাৰ তাৰকেশ্বৰত কাইলৈ প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্র্যালয়ে জনায় যে, এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ৯ কোটি ৪৪ লাখ কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ১৮ হাজাৰ ৮৮০ কোটিতকৈও অধিক টকা জমা হ'ব। এই আঁচনিৰ জৰিয়তে প্রায় দুই কোটি ১৮ লাখ মহিলা কৃষকো উপকৃত হ'ব। মন্ধ্যালয়ে জনায় যে, ২০১৯ বর্ষত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে চাৰি কোটি ৪৪ লাখ টকা কৃষকৰ একাউণ্টত জনা কৰা হৈছে। এই অনুষ্ঠানত প্ৰধাৰম...