June 30, 2026 1:32 PM

views 11

হাৰিয়ানাৰ হিচাৰত খেত বচাও অভিযানৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ভাষণ

কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। হাৰিয়ানাৰ হিচাৰত খেত বচাও অভিযানৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্ৰী চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে কৃষকসকলক ভূমিৰ গুণাগুণ, খেতিত প্ৰয়োগ কৰিবলগীয়া উপযুক্ত সাৰৰ পৰিমাণকে ধৰি বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিবলৈ এটা ম’বাইল এপ্লিকেচন বিকশাই তোলা প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কৃষকসকলক ভূমিৰ উৰ্বৰতা অটুট ৰাখিব পৰাকৈ নিৰ্দিষ্ট পৰিমাণতহে সাৰ আৰু কীটনাশক প্ৰয়ো...