June 6, 2024 8:48 PM

views 41

কেৰালাৰ ৩ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

কেৰালাৰ ৩ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। চি পি আই নেতা বিনয় বিশ্বম, চি পি আই এম নেতা এলামৰাম কৰিম আৰু কে চি এম নেতা জোছ কে মণীৰ কাৰ্য্যকাল পহিলা জুলাইত সমাপ্ত হ'ব। মহাৰাষ্ট্ৰৰ এখন ৰাজ্যসভা আসনৰ উপ-নির্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। এন চি পি নেতা প্রফুল পেটেলে পদত্যাগ কৰাৰ বাবে এই আসনখন খালী হৈছে। কেৰালা আৰু মহাৰাষ্ট্ৰৰ আসন কেইখনৰ বাবে ১৩ জুন মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২৫ জুনত আসন কেইখনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইপিনে, ৰাজ্যসভাৰ ৯ গৰাকী স...