February 17, 2025 12:40 PM

views 40

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ ছদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ বাবে যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত ছদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ইণ্টাৰনেচনেল বিগ কেট এলায়েঞ্চ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আয়োজিত এই কর্মশালাত সমল ব্যক্তি হিচাপে ইণ্টাৰনেচনেল বিগ কেট এলায়েঞ্চৰ ড০ সত্যপ্ৰসাদ যাদৱ, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক এন কে বসু, হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰি অহা গ্ৰীণ অস্কাৰ...