May 16, 2025 11:33 AM

views 30

কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া হাতীখুলি চাহ বাগিচা পৰিদৰ্শন

কেন্দ্রীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ ইয়াৰ কাষৰীয়া হাতীখুলি চাহবাগিচা পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাগিচাখনৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সা-সুবিধাৰ বুজ লয়। তেওঁ চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা শ্ৰমিকসকলক সংশ্লিষ্ট পক্ষক এই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছত শ্ৰী চৌহানে কাজিৰঙাৰ কঁহৰাস্থিত বন বিভাগৰ প্ৰেক্ষাগৃহত বোকাখাত অঞ্চলৰ কিছুসংখ্যক কৃষকৰ সৈতে মত বিনিময় কৰে। কৃষকসকলে নিজৰ খ...