August 18, 2026 8:27 PM

views 14

বৃহত্তৰ কাজিৰঙাত স্থানীয় ৰাইজৰ বিশাল ৰেলী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অর্থাৎ ইকো চেনচিটিভ জনৰ পৰিসৰ বৰ্তমানৰ ১০ কিলোমিটাৰৰ পৰিৱৰ্তে এক কিলোমিটাৰলৈ হ্রাস কৰাৰ প্ৰস্তাৱক সমর্থন জনাই বৃহত্তৰ কাজিৰঙাত আজি স্থানীয় ৰাইজে বিশাল ৰেলী উলিয়ায়। কলিয়াবৰৰ কুঠৰীৰ পৰা আৰম্ভ হোৱা এই ৰেলীত বাগৰি, কুঠৰিকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া ভালেমান অঞ্চলৰ লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ৰাজপথলৈ ওলাই আহি হালধীবাৰীলৈ পদযাত্ৰা কৰে। দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত ১০ কিলোমিটাৰৰ পৰিৱৰ্তে ইকো চেনচিটিভ জানৰ পৰিসৰ এক কিলোমি...