July 1, 2026 8:22 PM

views 6

খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ৰ পর্যালোচনা বৈঠক

খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, গৃহ নির্মাণ, নগৰ পৰিক্ৰমা আৰু সমবায় মন্ত্রী কৌশিক ৰায় আজি কাছাৰ, শ্রীভূমি আৰু হাইলাকান্দিৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা বিভাগৰ বিস্তৃত পর্যালোচনা বৈঠকত অংশ লয়। সভাত ৩ খন জিলাৰ স্থানীয় বিধায়ক, জ্যেষ্ঠ প্রশাসনিক বিষয়া আদি উপস্থিত থাকে। ৰাজহৱা বিতৰণ ব্যৱস্থাৰ ফলপ্রসূতা, বিভিন্ন জনকল্যাণমূলক প্রকল্প ৰূপায়ণ আৰু বৰাক উপত্যকাৰ জনসেৱাক অধিক কার্যক্ষম, স্বচ্ছ আৰু জনসাধাৰণৰ অনুকূল কৰি তোলাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। খাদ্য, শস্যৰ সময়মতে বিতৰণ, অত...