August 9, 2025 11:01 PM

views 27

গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত সাংবাদিক কমলা শ‍ইকীয়া স্মাৰক বক্তৃতানুষ্ঠান

সাংবাদিক কমলা শ‍ইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিক কমলা শ‍ইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত যশস্বী সাংবাদিক, লেখক, মানৱ অধিকাৰ প্ৰৱক্তা সঞ্জয় হাজৰিকাই স্মাৰক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত চিত্রশিল্পী, কার্টুনিষ্ট, চম্পক বৰবৰাক ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। স্বাস্থ্যজনিত কাৰণত প্রবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰ...

August 9, 2025 12:18 PM

views 47

গুৱাহাটীত আজি সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠান

সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ন্যাসৰ উপ সভাপতি সঞ্জীৱ ফুকনে কয়, যে আজি কমলা শইকীয়া ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীত যশস্বী সাংবাদিক, লেখক, গৱেষক, মানৱাধিকাৰ প্ৰবক্তা সঞ্জয় হাজৰিকাই স্মাৰক বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানত প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু চিত্ৰশিল্পী, কাৰ্টুনিষ্ট চম্পক বৰবৰাক ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব। উল্লেখযোগ্য যে, সা...