January 9, 2025 5:00 PM

views 65

৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত দিল্লীক পৰাজিত অসম দলৰ

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাড়ী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত অসম দলে দিল্লীক পৰাজিত কৰিছে। অসমে ৪৪-২৪ ব্যৱধানত দলটোক পৰাজিত কৰে। অসম কাবাড়ী সন্থাই এই বিষয়ে প্ৰকাশ কৰিছে।

August 12, 2024 6:12 PM

views 51

হাৰিয়ানাত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ

হাৰিয়ানাত অহা মাহত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ অনুষ্ঠিত হ'ব। গোলকীয় প্রবাসী মহিলাৰ কাবাডী লীগ হিচাপে পৰিচিত এই খেলত এইবাৰ ১৫ খন দেশৰ মহিলা এথলিটসকলে অংশগ্রহণ কৰিব। কাবাডী খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰা, এই খেলবিধক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰা তথা ২০৩৬ৰ অলিম্পিক আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ দাবীক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশ্ব কাবাডীৰ সহযোগত হলিষ্টিক আন্তঃৰাষ্ট্ৰীয় প্রবাসী ক্রীড়া সন্থা, HIPSAই আয়োজন কৰা এই লীগৰ উদ্বোধন...