October 10, 2026 1:20 PM
5
ভাৰতে কোনো খণ্ডতে একচেটিয়া অধিকাৰৰ অনুমতি নিদিয়ে : মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া
কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ভাৰতে কোনো খণ্ডতে একচেটিয়া অধিকাৰৰ অনুমতি নিদিয়ে। ভাৰতত কাম কৰাৰ বাবে ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতিক লৈও তেওঁ কংগ্ৰেছক সমালোচনা কৰে। কালি নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৬ৰ দশম সংস্কৰণত ভাষণ দি মন্ত্রী শ্রী সিণ্ডিয়াই কয় যে, তিনিটা কোম্পানী ক্রমে ষ্টাৰলিংক, জিঅ' চেটেলাইট কমিউনিকেশ্যন আৰু ইউটেলছেট ৱানৱেবে চেটেলাইট যোগাযোগৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। তেওঁ কয় যে কাঠামো চূড়ান্ত হোৱাৰ পিছত চৰকাৰে এই কোম্পানীসমূহক ৰা...