July 9, 2026 9:08 PM

views 8

আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ Line-C6 গ্ৰহণৰ পদক্ষেপ হিচাপে বঁটা লাভ

যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰত নেট আঁচনিৰ অনলাইন আৰু অফলাইন সেৱা প্ৰদানৰ দূৰ সংযোগ বিভাগৰ সমৃদ্ধ গ্রাম ধবজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ পুৰস্কাৰ ২০২৬ লাভ কৰাৰ বাবে সন্তুষ্টি প্রকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ Line-C6 গ্ৰহণৰ পদক্ষেপ হিচাপে এই বঁটা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে এই স্বীকৃতি ভাৰতৰ বাবে গৌৰৱৰ সময় বুলি উল্লেখ কৰি এয়া প্রধানমন্ত্রী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী আৰু ডিজিটেল ভাৰতৰ প্ৰতি বিশ্ব স্বীকৃতি বুলি অভিহিত কৰিছে। শ্রী সিন্ধিয়াই লগতে কয়, যে ডিজিটেল ৰ...