October 23, 2026 12:45 PM

views 17

জ্যোতি চিত্ৰবনত কাইলৈৰ পৰা দুদিনীয়াকৈ দশম ৰাষ্ট্ৰীয় চলচ্চিত্রম চুটি ছবি মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ চৌহদত কাইলৈৰ পৰা দুদিনীয়াকৈ দশম ৰাষ্ট্ৰীয় চলচ্চিত্রম চুটি ছবি মহোৎসৱ অনুষ্ঠিত হ'ব। বিশ্ব সংবাদ কেন্দ্রই সহযোগী সংস্থা চলচ্চিত্ৰমৰ উদ্যোগত আয়োজিত এই মহোৎসৱত প্ৰতিযোগিতামূলক আৰু প্রদর্শনী শাখাত মুঠ ৪৫ খন চুটি ছবি প্ৰদৰ্শন কৰা হ'ব। কাইলৈ পুৱা ১১ বজাত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক ডাঃ শান্তনা বৰদলৈয়ে ‘আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ' শীৰ্ষক বিষয়বস্তুৰে আয়োজিত এই মহোৎসৱৰ উদ্বোধন কৰিব। মহোৎসৱত ভাৰতৰ সভ্যতা-সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতিফলন ঘটা ছবিসমূহে বিশেষ স্থান...

January 24, 2026 9:49 PM

views 190

গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি অসমীয়া ভাষাৰ ছবি কক কক ককক, দক্ষিণ কোৰিয়াৰ ছবি এ পয়েট অৱ দা ৰিভাৰ আৰু মংগোলীয়ান ইফ অলি আই কোড হাইবাৰনেট ছবি প্রদর্শিত হয়। একেদৰে বিষ্ণুৰাভা প্ৰেক্ষাগৃহত তুলু ভাষাৰ ছবি ইম্বু, বাংলা ছবি পৰবাসী, হংকঙৰ ছবি লেছ হেভ এ কাফ অফ দুধ পট্টি চায় ছবিকেইখন প্রদর্শিত হয়। মহোৎসৱৰ সৈতে সংগতি ৰাখি চলচ...

January 6, 2026 7:13 AM

views 67

জ্যোতি চিত্ৰবন অহা ২২ জানুৱাৰীৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবন অহা ২২ জানুৱাৰীত ৪দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱৰ আয়োজিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শিত হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা আজি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শ্বোকিৰ খুলিক'ভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্র চানডে প্রদৰ্শন কৰা হ'ব। আলজো ঘাছেমি আৰু ৰাহা আমিৰ ফজলীৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্র ইন দ্য লেণ্ড অব ব্ৰাডাৰ্ছ...

January 5, 2026 1:12 PM

views 119

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ২২ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজিত হ'ব। উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শিত হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা আজি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শ্বোকিৰ খুলিক'ভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্র চানডে প্ৰদৰ্শন কৰা হ'ব। আলজো ঘাছেমি আৰু ৰাহা আমিৰ ফজলীৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্ৰ ইন দ্য লেণ্ড অব ব্...

November 29, 2025 10:05 PM

views 76

জ্যেতি চিত্ৰবনত ২ দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

■ গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যেতি চিত্ৰবনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। ২০১৭ চনৰ পৰা প্ৰতি বছৰে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী চলচ্চিত্ৰমে ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্য চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ মহোৎসৱৰ মূল বিষয় হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। মহোৎসৱত ৩০ খন চুটি ছবি আৰু তথ্য চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শ‍...

February 8, 2025 1:34 PM

views 85

গুৱাহাটী এছিয়ান চলচিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।জ্যেতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আজি মৃদুল গুপ্তা পৰিচালিত কাৰ্বি ছবি মিৰবিন আৰু ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত চীনৰ ছবি দ্যা গ্রেট ফুকেট প্ৰদৰ্শিত হ'ব। মহোৎসৱৰ কালি উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেত্রী শিবা চাদ্দা, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক প্ৰচন্ন ভিথানাগে চিত্রনাট্যকাৰ আকাশাদিত্য লামা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি নির্মাতা মঞ্জু বৰা বিশ...

February 7, 2025 9:08 PM

views 48

জ্যোতি চিত্ৰবনত আজিৰে পৰা গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আজি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ হৈছে। আজি ফিলিপিন্‌ছৰ পৰিচালক কার্ল’ অবিস্প'ৰ ছবি – এ লেব ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ছবি প্ৰদৰ্শনৰ শুভাৰম্ভ হয়। বিয়লি ৫.৩০ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱা চাদ্দা, শ্ৰীলংকাৰ বিশিষ্ট পৰিচালক প্ৰচন্ন ভিথানাগে আৰু অসমৰ কেইবাগৰাকীও বিশিষ্ট চলচিত্ৰ পৰিচালকে বন্তি প্ৰজ্বলনেৰে তিনিদিনীয়া এই মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফি...

December 6, 2024 10:42 AM

views 70

জ্যোতি চিত্ৰবনত কালিৰে পৰা ৪দিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছে। নৱম সংখ্যক এই মহোৎসৱত কালি মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। এই অনুষ্ঠানত জনপ্ৰিয় অভিনেতা কপিল বৰা, মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই মহোৎসৱত প্ৰদৰ্শনৰ বাবে ৩০খন ছবি তালিকাভুক্ত কৰা হৈছে। ইয়াৰে ২০খন ছবি প্ৰতিযোগিতা শাখাত তালিকাভুক্ত কৰা হৈছে। মহোৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচীত পার্থজিৎ বৰুৱাৰ “জ্যোতি ককাই...

October 26, 2024 6:21 PM

views 94

দুদিনীয়া কাৰ্যসূচীৰে জ্যোতি চিত্ৰবনত অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ আৰম্ভ

অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানত সুনীল মহান্তী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ ডেকা, সংগীতশিল্পী তৰালী শৰ্মাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ ডেকাই অনুষ্ঠানত কলা আৰু সংস্কৃতিৰ জৰিয়তে সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিব লাগিব বুলি ভাষণত উল্লেখ কৰে। প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালানৰ লগতে ধ্ৰুৱজ্যোতি কাকতি প্রযোজিত দ্যা লাষ্ট জেনেৰেচন ছবিৰে মহোৎসৱৰ উ...