August 2, 2026 10:52 AM

views 25

NEET-PG, ২০২৬ৰ ৰাষ্ট্ৰীয় যোগ্যতা-সহপ্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই NEET-PG, ২০২৬ৰ ৰাষ্ট্ৰীয় যোগ্যতা-সহপ্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি পৰীক্ষাটো মসৃণ, নিৰাপদ, স্বচ্ছ আৰু প্রযুক্তি-চালিতভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰিছে। চলিত মাহৰ ৩০ তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। বৈঠকত মন্ত্ৰীগৰাকীয়ে চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ড এনবিইএমএছ, প্ৰযুক্তিৰ অংশীদাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ লগত জড়িত অন্যান্য অংশীদাৰসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰে। তেওঁক পৰীক্ষাৰ লজিষ্টিক, প্ৰাৰ্থীৰ সুবিধা...