September 20, 2026 6:59 PM

views 6

জ্যেষ্ঠ সাংবাদিক পায়েল মেহতাৰ দেহাৱসান; প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্নজনৰ সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্রকাশ

জ্যেষ্ঠ সাংবাদিক পায়েল মেহতাৰ আজি পুৱা মুম্বাইত ৪৬ বছৰ বয়সত মৃত্যু হয়। মহানগৰখনলৈ অহা শ্রীমতী মেহতাই আজি পুৱা হঠাৎ অসুস্থতা অনুভৱ কৰে। শ্বাস-প্রশ্বাসত অসুবিধা পোৱা সাংবাদিকগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সাংবাদিক পায়েল মেহতাৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে শ্রীমত...