July 19, 2026 11:51 AM

views 28

সীমা বিবাদৰ নামত বন ধবংস কৰাতো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

সীমা বিবাদৰ নামত বন ধ্বংস কৰাতো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্রাণী পর্যটন বর্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কঁহৰাস্থিত বন অভিৱৰ্তন কেন্দ্রত অনুষ্ঠিত পর্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোঁহাৰি শ্ৰীবৰুৱাই কয়, যে ...